এবাৰ দুজন লৰাই দুজনী ছোৱালী পিছা কৰি আছিল .
.
.
.
লৰা দুজনে সিহঁতক পিছা কৰি থকা বুলি গম পাই
ছোৱালী দুজনীয়ে এখন দোকানত সোমাল আৰু দুয়োটা লৰাৰ কাৰণে হাতত এডাল এডালকৈ ৰাখী লৈ আহিল আৰু লৰা দুয়োকে পিন্ধাই দিলে।
..
.
.
.
.
.
.
.
.
.
.
..
এতিয়াও শেষ হোৱা নাই ৰব
..
.
.
. . .তাৰ পিছত
লৰা দুজনে ইজনে সিজনৰ মুখলৈ চালে আৰু কলে কোনো কথা নাই .
তুমি মোৰ ভন্টিৰ লগত বিয়া পাতিবা আৰু মই তোমাৰ ভন্টিৰ লগত বিয়া পাতিম।।।।
Hahir Ragar: the best of Assames Jokes
'হাঁহিৰ ৰগৰে ওখ দল বান্ধি হাঁহিক সাৰথি কৰি!! নুমাবলগীয়া অসমীয়া হাঁহি ৰাখিব জিলিকা কৰি !! হাঁহিৰ ৰগৰ মূল উদ্দেশ্য হল নিজেও হাঁহক আৰু আনকো হহোঁৱাওক । হাঁহিৰে জীৱন সুন্দৰ কৰি তুলাৰ মানসৰে এই গোটৰ সৃষ্টি । সেইয়ে সকলোৰে সহায়-সহযোগিতা কামনা কৰিলো । https://www.facebook.com/groups/1453606311537794 প্রকাশক বৃন্দ - হাঁহিৰ ৰগৰ Contact us: - Email:- hahirragar@gmail.com
Thursday, 5 May 2016
ভন্টী
Saturday, 2 May 2015
গৰুৰ বিষয়ে ৰচনা
Monoranjan Batsha
গৰুৰ বিষয়ে ৰচনা... গৰু এবিধ ডাঙৰ জন্তু ৷
ইয়াক চাৰিঠেঙীয়া জন্তু বোলে ৷
সেইবাবে ইয়াৰ চাৰিখন ঠেং আছে ৷
আগৰ দুখন আগ ঠেং, পাছৰ দুখন পাছ ঠেং
৷ ইয়াৰ দুটা চকু, দুখন কাণ, দুটা ফুটা থকা
এটা নাক, আৰু এডাল নেজ ৷ ইয়াৰ
নেজডাল বৰ দীঘল আৰু ধুনীয়া, মাইকী
মানুহৰ বেণীডালৰ নিচিনা ৷ মতা আৰু
মাইকী দুয়োবিধ গৰুৰে নেজ থাকে ৷
মাইকী গৰুৰ নেজ বিলাকত চুলি বেছি
থাকে ৷ ই ঘৰচীয়া যদিও ই ঘৰত
নাথাকে, গোহালিতহে থাকে ৷
কিছুমান গৰুৰ শিং থাকে, কিছুমানৰ
নাথাকে, কাৰণ সিহঁতে লাও খায় ৷
সেইবাবে সিহঁতক লাওখোৱা গৰু বুলিও
কয় ৷ জাতিলাও, ৰঙালাও, পানীলাও
আদি বহুতো প্ৰকাৰৰ লাওখোৱা গৰু
আছে ৷ সাধাৰণতে গৰুৱে ঘাঁহ খায় ৷
নহলে যি পায় তাকে খায় ৷ বিহাৰী
গৰুৱে চাধাও খায় ৷ আজিকালি গৰুৱে
প্লাষ্টিকৰ পেকেটো খায় ৷ সেইবিলাক
গৰুৰ গাখীৰ প্লাষ্টিকৰ পেকেটত ওলায় ৷
যেনে: পূৰবী, আমূল, সৰস ইত্যাদি ৷
সেইবিলাক দোকানতো পোৱা যায় ৷
নেমুটেঙা বেছিকৈ খোৱা গৰুৰ গাখীৰ
ফাটে ৷ কিছুমান গৰুৱে দৈ গাখীৰ
দিয়ে, কিছুমানে ক্ৰিম দিয়ে আৰু বেছি
ঠাণ্ডা ঠাইৰ গৰুৱে মাখন দিয়ে ৷
মৰুভূমি আদি অতি শুকান ঠাইৰ গৰুৱে
পাউডাৰ গাখীৰ দিয়ে ৷ গৰুয়ে হাঁহিলে
বৰ ধুনীয়া দেখি কাৰণ ইয়াৰ দাঁত
এপাৰি ৷ গৰুৱে সকলো কাম শ্লো-
মোচনত কৰে ৷ এবাৰত ঘাঁহ চোবাবই
নোৱাৰে ৷ এবাৰ খোৱাৰ পাছত আকৌ
বমি কৰি সেইবিলাক পাছত দুঘন্টামান
চোবাই চোবাই থাকে ৷ তাকে পাগুলা
বুলি কয় ৷ কাম নাথাকিলে গৰুৱে
তেনেকৈ টাইম পাছ কৰে ৷ মানুহেও গৰুৰ
নিচিনাকৈ টাইম পাছ কৰিবলৈ চুইং
গাম আবিষ্কাৰ কৰিছে ৷ যেনে: হেপি
ডেন্ট, চেন্টাৰ ফ্ৰেচ , বাবুল গাম
ইত্যাদি৷ বাবুল গামত ডাবুল টাইম পাছ
হয় ৷ কিছুমান গৰু ৰাস্তাত থিয় দি
থাকে৷ সিহঁতক স্পিড ব্ৰেকাৰ গৰু বোলা
হয় ৷ সিহঁত মানুহৰ নিচিনাই ৷ হৰ্ণ শুনিলেও ৰাস্তা এৰি নিদিয়ে ৷ যেন
ৰাস্তাটো সিহঁতৰ শহুৰেকৰ হে ৷ শাক-
পাচলিৰ বজাৰত ঘূৰি ফুৰা গৰু বিলাকে
দোকানে-দোকানে চান্দা উঠাই ফুৰে
কাৰণে সিহঁতক চিণ্ডিকেট গৰু বোলা হয়
৷ গৰু বৰ উপকাৰী ৷ কেতিয়াবাহে খং
উঠিলে খোঁচে ৷ গৰুৱে হাল বাব জানে,
গৰুগাড়ী চলাবও জানে ৷ আৰু বহুত কাম
কৰিব জানে ৷ গৰুৱে হাগিলে যি পদাৰ্থ
ওলায়, তাকে গোৱৰ বোলে ৷ ই দেখাত
সেউজীয়া ৰঙৰ ৷ খুব পনীয়া গোবৰ
ওলালে চেৰেলিউৱা বুলি কোৱা হয় ৷
আন্ধাৰত গোৱৰ গচকিলে বৰ খং উঠে ৷
তৰ্ক
Post By: Goutam Gogoi
এসময়ত এজন বুৰঞ্জীৰ শিক্ষক আৰু গণিতৰ শিক্ষকে তৰ্কত লিপ্ত হৈছিল ৷
বুৰঞ্জীৰ শিক্ষক: মই তোমাৰ লগত যুদ্ধ কৰিবলৈ মোগল সৈন্যক এৰি দিম ৷
গণিতৰ শিক্ষক: মই তোমাৰ সৈন্যবোৰক বন্ধনীত বন্দী কৰিম আৰু শূন্যৰ লগত হৰণ কৰি পূৰণ কৰি দিম ৷
শচীন
Post By: Goutam Gogoi
এজন বাতৰি কাকতৰ সাংবাদিকে শচীনৰ সৈতে এক সাক্ষাৎকাৰত সুধিলে-
সাংবাদিক: দ: আফ্ৰিকা আৰু ৱেষ্ট ইণ্ডিজৰ ক্ৰিকেট ভ্ৰমণ সূচীত ভাৰতৰ অকৃতকাৰ্য্যতাৰ কাৰণ কি ?
শচীন:(ফটাফতি উত্তৰ) কাৰণ, ভাৰতীয় খেলুৱৈৰ লগত তাত কোনো গাৰ্ল-ফ্ৰেইণ্ড নাছিল ৷
Thursday, 12 February 2015
কলেজৰ দুজনী ছোৱালী
Babu Dipangkar
কলেজৰ দুজনী ছোৱালী ৰিতা আৰু
কবিতা কঁথা পাতি আছিল ।মই আকৌ সিহঁতৰ
পিছৰ ফালেই বহি আছিলোঁ
ৰিতা= এই লৰা কেইজন যে বহি আছে অনুমান
কৰচোন সিহঁতে কি কি কথা পাতি আছে ।
কবিতা=
কি পাতিছে আকৌ আমি যি যি কথা পাতো সেইবোকৰে পাতি আছে।
ৰিতা=চি................
.
.
.
.
.
.
কবিতা = তোৰ কি হল আকৌ
.
.
ৰিতা=লৰা বোৰে সেই বোৰ কথা পতিব
অকনো লাজ নাপাই নে ?
মদাহি
ID Block
এবাৰ এটা মদাহিয়ে মদ খাই ৰেইল লাইনৰ
মাজত শুই আছিল....
↓
↓
তাকে দখি এজন মানুহে ক'লে...
↓
↓
↓
↓
মানুহ ঃ ঐ " Train " আহিলে মৰিবি তই...
↓
↓
↓
↓
↓
↓
↓
↓
↓
↓
↓
↓
↓
↓
↓
মদাহি ঃ অলপ আগতে মোব ওপৰেদি এখন "
Aeroplane " পাৰ হৈ গ'ল কিন্তু মোৰ একো নহ'ল
" Train " কি বস্তু বেবববব
বিয়া ঘৰত এজনী ছোৱালী
Abhijit Sãhu
বিয়া ঘৰত এজনী ছোৱালী আৰু এজন
ল'ৰাৰকথোপকথন ~ল'ৰা -তোমাক
ধুনীয়া লাগিছে দেই ।ছোৱালী - অভদ্ৰ , চৰ
লাগে ।ল : - খং নকৰিবাচোন ,
তুমি হা কৰিলে মইতোমাক এই
মণ্ডপতে বিয়াই পাতি দিম ।ছো : - অসভ্য ,
নিলাজ ক'ৰবাৰ , মানুহবোৰকমাতিম নেকি ?
ল : - সঁচাকৈ কৈছো ,
তুমি দেখিবলৈ বৰধুনীয়া আৰু তোমাক
বিয়া পাতিবপাৰিলে মই বৰ সুখী হ'মছো : -
মনে মনে থাকিবি নে ,হাল্লা কৰি দিম ?ল :
- বিশ্বাস ক'ৰা , মই বহুত ডাঙৰকোম্পানীৰ
মালিক আৰু তোমাকবিয়া পাতিলে তোমাক
যেতিয়াইলাগে তেতিয়াই নতুন নতুন কাপোৰ
দিম ,ৰেষ্টুৰেন্ট
নিম ,লাগিলে যি বিচৰা তাকেই দিম ।ছো :
- বিদ্যা কৈছানে ? এতিয়াইআমি বিয়া হঁও
ব'লা ।ল : - ধুৰ , ধেমালিহে কৰিছো । তোক
বিয়া পাতি মই পথৰ ভিক্ষাৰী হ'লেহে হ'ব !!
আউ!!,,,,,, বেয়া নাপাবি দেই আইজনী , মই
TimePass কৰিবলৈহে এইবোৰ কৈ আছিলো ,
মইবিবাহিত দেই । অ'হ Sorry দেই , মই যাঁও
মোৰশ্ৰীমতী আহিল । হে : হে : হে :
নীতিশিক্ষা - গাড়ী আৰু সম্পত্তিযিবোৰ
দেখিলে কিছুমান নাৰীৰ মন যায়গলি ।
গতিকে পাতিলে বিয়া ল'বি চাই -
চিতি ,নহ'লে জীৱনত হ'ব অধোগতি !!
বাছ এখনত যাত্রীর ভির
Tanishkar Das > হাঁহিৰ ৰগৰ
বাছ এখনত যাত্রীর ভির
আছিল | তার
মাজতে এজনী ধুনীয়া ছোয়ালী বহি গৈছে |
কাষত এজন বুঢ়া মানুহ বহি গৈছে গৈছে |
বুঢ়া মানুহ জনর কাষতে পিছফালে এজন
ডেকা ল'রা থিয় হৈ গৈছে | গাড়ীখন গন্তব্য
স্হানলৈ দ্রুত গতিত গৈ
আছে | ডেকা ল'রাজনে বুঢ়া মানুহজনক ফাঁকত
পেলাবলৈ কাষত বহি থকা ছোয়ালীক চিকুট
মারিলে | প্রথম বার চিকুট
মারোতে ছোয়ালীজনীয়ে মনে মনে সহ্য
করি থাকিল | ছোয়ালী
জনীয়ে কাষত বহা বুঢ়া মানুহজন
বুলিয়ে ধরি ল'লে | ডেকা লরাজনে দ্বিতীয়
বার আকৌ ছোয়ালীজনীর গাত চিকুট
মারিলে | ছোয়ালীজনীর এইবার আরু সহ্য
নহ'ল | ছোয়ালী জনীয়ে বুঢ়াজনে চিকুট
মারিছ বুলি ভাবি বুঢ়াজনক উদ্দেশ্য করি
ক'লে--------
"" হেরি ককা,আপুনি বারে বারে মোক কিয়
মিচকল
দিছে ? ""
বুঢ়াজনে উত্তর দিলে--------
""হেরা ভন্তি, মই তোমালৈ মিচ কল
দিবলৈ মোর আউট গইংএই নাই দেখোন |""
কেনে লাগিছে ? # FRNDS
এজন ল'ৰা আৰু এজনী ছোৱালীৰ
Gulzar Hussain > হাঁহিৰ ৰগৰ
এজন ল'ৰা আৰু এজনী ছোৱালীৰ
মাজত খুবেই ভাল বন্ধুত্ব আছিল।
সিহঁতে ঘণ্টাৰ পিছত ঘণ্টা
এজনে আনজনৰ লগত মোবাইলত
কথা পাতি সময় অতিবাহিত কৰিছিল।
সিহঁত বহুত সূখী আছিল।কিন্তু এদিন
ল'ৰাজনে ছোৱালীজনীৰ Call Received নকৰাত
ছোৱালীজনী চিন্তিত হৈ পৰে।
সেইদিনা গোটেই
ৰাতি উজাগৰী থাকি তাই বহুত
কাঁন্দিছিল আৰু সেইদিনাই
তাই বুজিব পাৰিছিল
যে ল'ৰাজনক সচাঁকে ভালপাই পেলাইছিল ।
পিছদিনা
ৰাতিপোৱা ল'ৰাজনে ছোৱালীজনীলৈ
Call কৰিলে।
ল'ৰা : হেলো।
ছোৱালী : মই খুবেই
আনন্দিত হৈছো যে তুমি মোক Call কৰিছা।
কিন্তু যোৱাকালি তোমাৰ কি হৈছিল?
ল'ৰা :মই বহুত ব্যস্ত আছিলো।
( ছোৱালীজনীয়ে ভাবিছিল
কোনো কামত হয়তো ব্যস্ত থাকিবওঁ পাৰে ।)
কিছুসময় মনে মনে থকাৰ পিছত ।
ল'ৰা : আমাৰ দুয়োজনৰ মাজত কথা -
বতৰা বন্ধ
কৰি দিয়াটো ভাল আৰু
আমি আতৰি অকলে অকলে থকাটোয়ে উচিত।
ছোৱালী : এইবোৰ কি কৈছে ?? আৰু কিয়?
ল'ৰা : মোক বেয়া নাপাবা Sorry
ক্ষমা কৰিবা। —bye ।
( তাৰপিছত
ছোৱালীজনীয়ে ভাবিলে ল'ৰাজনক পুনৰ
পোৱাৰ
আশাত শেষবাৰৰ বাবে চেষ্টা কৰিব ।)
ছোৱালীজনীয়ে ল'ৰাজনলৈ Call কৰিলে।
ছোৱালী : হেলো।
ল'ৰা : Call কৰিছা কিয় ? ছোৱালী : মই
তোমাক কিবা এটা ক'ব বিছাৰো ?
ল'ৰা : কোৱা।
ছোৱালী : মোৰ সৈতে কথা কোৱা বন্ধ
কৰাৰ
আগত কিবা এটা সূধিব বিচাৰো ?
ল'ৰা : কি ?
ছোৱালী : তুমি সুস্থতাত আছা তো ?
তোমাৰ একো হোৱানাই তো ? ..... ( এইষাৰ
কথা কৈ ছোৱালীজনীয়ে
হু হুৱাই কাঁন্দোন আৰম্ভ কৰি দিলে।
আৰু বুজিব পাৰিলে যে ল'ৰাজনে তাইক
ভালনাপাই ।)
[ ৫ ঘণ্টা পিছত ] ল'ৰাজনৰ
মোবাইললৈ এটা অচিনাকি নতুন No.. Call
আহিল।
সেই Phon Call টো আছিল ছোৱালীজনীৰ
মাকৰ।
ছোৱালীজনীৰ মাকে ক'লে - মোৰ
ছোৱালীজনীৰ এটা পথ দূৰঘৰ্টনাত
বলি হৈ খুবেই অসুস্থ বৰ্ত্তমান তাইক এখন
হাস্পতালত ভৰ্তি কৰোৱা
হৈছে ।....
( ল'ৰাজনে দৌৰি হাস্পতাললৈ গ'ল ।) .....
ছোৱালীজনীয়ে লাহে লাহে ল'ৰাজনৰ
নামটো মাতি মাতি চকুমেলি
চালে।
ল'ৰাজনে তাইৰ হাতখন ধৰি ক'লে .... sorry।
মোক ক্ষমা কৰা ।এইসকলোবোৰ মোৰ ভুলৰ
কাৰণ। কিন্তু
মই শঁপত খাইছো যেতিয়া তুমি সুস্থ
হৈ উঠিবা , মই মোৰ পাঁপৰ প্ৰাশ্চিত্ত
কৰিম।
ছোৱালী : মই আৰু কেতিয়াওঁ সুস্থ নহওঁ।
ল'ৰা : নাই , এনে কথা ক'ব নাপাই।
ছোৱালী : মোক এটা কথা কোৱা। তুমি কিয়
মোৰ স'তে এনে কৰিলা?
ল'ৰাজনে হু হুৱাই কাঁন্দি কাঁন্দি ক'লে "
মোৰ hearth ৰ সমস্যা আছিল।
জীয়াই থকাৰ সম্ভাৱনা খুবেই কম আছিল।
তুমি যাতে মোক ঘৃন কৰা আৰু চিন্তিত
নাথাকি আনন্দত থাকিব পাৰা সেই বাবে
মই তুমাক একোৱেই উত্তৰ
নিদিয়াকৈ আতৰি গৈছিলো "
কাৰণ মই তোমাক এইখন
পৃথিৱীতকৈ বেছি ভালপাওঁ।
ছোৱালীজনীয়ে মৃত্যুৰ কোলাত
ধাৰাষাৰে চকুপানী
বোৱাই নিশব্দ কন্ঠ স্বৰত - ময়ো তোমাক
বহুত বহুত
ভা ...ল ...পা ..ওঁ (ভালপাওঁ)।সম্পূৰ্ণ
বাক্যখিনি উচ্ছাৰণ কৰি কৰি শেষনিশ্বাস
ত্যাগ কৰিলে ।
আপোজনৰ মৃত্যু দেখাৰ লগে লগেই
লৰাজনৰো hearth Attack হৈ হাৰ্টবিট বন্ধ
হৈ যায় , ( তাৰ ১০ মিনিত পিছত
ল'ৰাজনৰো মৃত্যু ঘটে । কাৰণ তেওঁ আৰু এই কষ্ট
বুকুত লৈ জীয়াই থাকিব নিবিচাৰে। )
কাৰ কি চিন্তা
Ridip Saikia
{{{ কাৰ কি চিন্তা }}}
.
.
Americaৰ চিন্তা ঃ আমি চন্দ্ৰত খোঁজ
দিলো এইবা ৰ ক'ত ....???
.
.
.
.
.
Chinaৰ চিন্তা ঃ আমি পৃথিৱীৰ ৯০% দেশৰ
বজাৰত ৰাজত্ব কৰি আছো বাকি থকা দেশ
বিলাকত কেনেকৈ ৰাজত্ব কৰিম......???
.
.
.
.
.
আৰু
.
.
.
.
.
আমাৰ চিন্তা ঃ ১২ বজাত Light গৈ ২ বজাত
আহিছে , এটিয়া ৪ বজাত গৈ ৬ বজাত
আহি আকৌ ৮ বজাত যাব .....
.
.
.
.
.
.
.
.
.
.
.
ফটা ফট Motorটো চলাই পানী উঠাই লওঁ আৰু
Mobilটোও Changeত দি দিওঁ.....
.
.
.
.
হয় নে নহয় বাও...