Thursday, 18 December 2014

চুমনে তেওঁর সহজ সরল অজলা খুড়াক

By: Kaku Osanta Phukan

চুমনে তেওঁর
সহজ সরল অজলা খুড়াক রাতিপূরা ই
ক'লে goog morning uncle....
খুড়াক...ওআ তই মোক রাতিপোরাই
এনেকে কলি যে,
চুমনে হাহি মারি ক'লে মই তুমাক
বেয়া কথা নাই কোরা নহয়,,,
খুরাকে তেতিয়া ক'লে ভাল
কথা যদি ভালেই বেয়াকে কৈছ
যদি তুকো gd mrng...

Sunday, 14 December 2014

মৃনাল এবাৰ ৰাতি লগৰ লৰাৰ লগত

By: Mintoo Bayan

মৃনাল এবাৰ ৰাতি লগৰ লৰাৰ লগত
বাহিৰত মালৰ পাৰ্তি কৰি আছিল।হঠাৎ
kinley পানি বতল এটা দেখি ঘৰলৈ মনত
পৰিলে আৰু বাপেকলে ফ'ন কৰিলে।
হেল্ল' দেওতা মই আপনাক কৈচ্চ লো নহয়
ম'ই বন্ধুৰ ঘৰত কিতাপ
পঢ়ি আছলো বুলি আচলকথা ম'ই মাল
খাইহে আছো।
দেওতাক:-) এঠেন কিয় কবা আইচা। আহ
আজি ঘৰক লাঙতা কৰি নাৰকল গচত
বান্ধি থম মেক খেনিকাই।

টিভি কিনিবলৈ ওলাল চেং

By:  মই খাটি অসমীয়া লৰা > হাঁহিৰ গিৰিজনি

টিভি কিনিবলৈ ওলাল চেং....
চেং :হৌৰা, এই টিভিটো কেইটকাত দিবা?
দোকানীঃ আমি গাঁওলীয়া ভূতক বস্তু
নেবেচো !
চেং (এক মাহৰ পিছত দাৰি-চুলি কাটি একদম
ফিটফিটিয়া হৈ) :হেৰা, এই টিভিটোৰ দাম
কিমান?
দোকানীঃ আমি গাঁওলীয়া ভূতক বস্তু
নেবেচো!
আকৌ এক মাহৰ পিছত চেং এইবাৰ ফৰ্মেল
দ্ৰেছত দন্দায়মান... চেং (ইংলিচত
হে আকৌ) : হাউ মাছ ফৰ দিচ টিভি?
দোকানীঃ আমি গাঁওলীয়া ভূতক বস্তু
নেবেচো!
ৰণচণ্ডীমূৰ্তি ধৰি চেং এইবাৰ গৰজি উঠিল...
"হৌৰা, বাৰে বাৰে তুমি মোক
কেনেকৈ গাঁওলীয়া ভূত
বুলি চিনি পোৱা হে?"
দোকানীঃ এইটোক মাইক্ৰৱেভ অভেন
বুলি কয় ৰে গৰু!

তোমাৰ কথাতো কৈ

আমুকা তোমাৰ কথাতো কৈ দিও
দেই চবকে।
এবাৰ কি হল গৌতমৰ ঘৰৰ ওচৰত গাখীৰ
খিৰুৱা প্ৰতিযোগিতা পাতিছিলে।
সিও পাৰতিচিপেত কৰিচিলে।
চবকে এজনি এজনি জাৰ্চি দিয়া হল।
চবেই দহ লিতাৰ পোন্ধৰ লিতাৰ চাৰোক
চাৰোক খিৰাই দিলে।
সি আক' এশ গ্ৰাম মান খিৰাই বহি আচে।
মই সুধিলো কি হ'ল?
সি কলে কোন চুতমাৰনিয়ে মতা গৰু
দিলে জানো।
হুহ হুহ হুহ।

এজন মানুহৰ এটা কুকুৰা আছিলে

By: Mintoo Bayan

এজন মানুহৰ এটা কুকুৰা আছিলে।মানুহ
তোৱে কুকুৰাতো বৰ মৰম কৰিছিলে।
মানুহজনৰ এদিন বেমাৰত পৰি চকিত
বহি আছিলে।কুকুৰাতোও
ওচৰতে বহি আছিলে।
এনেতে ঘৈনিয়েকে কপালত হাত
দি চালে জ্বৰ আছে।
ঘৈনিয়েকে কলে ৰবা মইতোমাৰ
কাৰনে চিকেন চূপ বনাই আনো।
কুকুৰাতোৱে শুনি ভয় খালে।আৰু
লাহেকে কলে বাইদেও
পাৰিলে এটা paracetamolদি চাওক চুন ভাল
হব পাৰে। এতিয়া কথা হল
যেতিয়া কাৰ'বাৰ ফাতিবলৈ হয়
তেতিয়া চব পিনৰ পৰাই idiaব্ৰেইনত
আহি যায়।
Goood evining guys

পুতেক : দেউতা, আপোনাক কথা এটা

Post By: Jeet Ray

পুতেক : দেউতা, আপোনাক কথা এটা কওঁ
নে ?
.
বাপেক : কোৱা
.
পুতেক : মই ফেচবুকত ছোৱালীৰ নামত
১০টা ফেক আইডি খুলি থৈছো!
.
বাপেক : তাতে কি হ'ল? মোক কিয়
কৈছ ?
.
পুতেক : নহয় মানে, আপুনি যে এন্জেল
মৌচুমী নামৰ ছোৱালীজনীক
বাৰে বাৰে ফ্ৰেন্ড ৰিকুৱেষ্ট দিয়ে,
সেইটো মোৰেই ফেক ফেচবুক প্ৰফাইল!!

এজনি গাৱলীয়া সহজ সৰল ছোৱালী

By:  Mintoo Bayan

এজনি গাৱলীয়া সহজ সৰল ছোৱালী ।
নাম তাইৰ সাবিত্ৰী।
তাইক ডক্তৰৰ
উচৰলৈ দৌৰাদৌৰি কৈ লৈ অনা হল।
কাৰন তাইৰ দুদু কিতা বৰ
বেয়া কে জলিলে ড:সুুধিলে কেনেকৈ জলিব
পালে।
তাই উত্তৰ দিলে:কে লে ককায়
তয়ে কৈচিলি নহয় কেচুৱাক গাখীৰ
খুৱাওতে নিপল তো গৰম পানিত
উতলাবলে।
বন্ধু সকল সেই কাৰনে কও নহয় গাৱলীয়া ধুৰ
বোৰৰ পৰা আতৰি ফুৰিবলে
সু়়়়়়়়়়়়়়়়়়়়়়়়়়়়়়়়়়়়়়়়়প্ৰভাত ।

কোনোবা কুকুৰে বেয়াকৈ ঠগিলে

Goutam Gogoi

(কোনোবা কুকুৰে বেয়াকৈ ঠগিলে বে)............
by Goutam's
ফোনটো ৰিচিভ কৰাৰ লগে লগে ...-হৰেন
খুড়া , আপোনাৰ
ছোৱালীজনী স্কুলতে আত্মহত্যা কৰিলে ।
লগে লগে মানুহজনে চাইকেলখন উলিয়াই
বিজুলীবেগে গৈ স্কুল পালেগৈ । স্কুলৰ ওপৰৰ
মহলালৈ গৈ মানুহজন ৰৈ গল-- কোনোবাই
মিছা কলে ও। মোৰচোন ছোৱালীয়েই নাই ।
হা হা চাইকেলখন লৈ ওলাই আহিল ।স্কুলৰ
গেট পাই আকৌ ৰৈ গল। ধেৎ চালা , মইচোন
বিয়াই পতা নাই । ইমান মিছা কব
লাগেনে বাৰু !! আহি ঘৰত অলপ জিৰণি লও
বুলি বিচনাত পৰিল আৰু
ঘপককৈ উঠি বহিল ..... . . . .
"কোনোবা কুকুৰে বেয়াকৈ ঠগিলে বে....
মইচোন হৰেন নহয়েই" অ
কেলা খা বাপেকে এতিয়া ।
রাইজসকল যদি POST টো পঢ়ি ভাল
লাগিলে নিশ্চয় LIKE আরু COMMENT দিব।

কিছুমান কথা শুনিবলৈ বেয়া

Mintoo Bayan

কিছুমান কথা শুনিবলৈ বেয়া। কিন্তূ
শুনি ভাল লাগে হাহিও উঠে।
এতিয়া আমাৰ ওচৰৰে এঘৰৰ লৰা সৰুৰ পৰাই
অকল পঢ়া আৰু পঢ়া।সি scinceত পঢ়ি ড:
বনি গল। আৰু আমিসৰুৰে পৰা জহৰা।Artsত
পঢ়ি ৱাড্ বয় বনী গলো কিন্তু
এটা কথা বেচি পঢ়াত ব্যস্ত আছিল
কাৰনে বাহিৰৰ একো কথা সিকিবলৈ সময়
নাপালে।যেনে বাবা খুৱা মাল
খুৱা ছোৱালিৰ বিষয়ে।
এতিয়া আচল কথা কও
তাৰ বিয়াৰ খুবাখুবনিৰ
দিনা ৰাতি দুয়ো বিচনাত
বহি কথাপাতি পাতি কইনাৰ
আমনি লাগি গৈচে।
কইনায়ে কলেকিবা কৰিবা নে কি।
কি কৰিম নো মই তো সেই বোৰ
একো নাজানো।
থিক আচে মই যেনেকে শিকাম
তনেকূৱা কৰিবা।
কইনাই কাপোৰ খুলিলে সিও কাপোৰ
খুলিলে।
কয়নায়েভৰি কিতা ওপৰলে কৰি শুই দিলে।
সিও ভৰি কিতা ওপৰলে দি কিনাৰতে শুই
সুধিলে এতিয়া
তাই তাৰ মুখলে চালে আৰু
কলে এতিয়া এতা কাম
কৰা বাহিৰলৈ যোৱা তিনটা মানুহ
মাতি আনা এটায়ে মোক মাৰিব আৰু
এতায়ে তোমাক মাৰিব।
সি সুধিলে তিন নম্বৰতোৱে
তিন নম্বৰ তোৱে তাক মাৰিব যোনে এই
কথা বোৰ পঢ়ি মিচিকিয়াই মিচিকিয়াই
হাহি আছে।
পৰি গলা জা ল ত হা হা হা হা হা হা হা ।

বাবলু আৰু এজনী ছোৱালী

Post by: Goutam Gogoi

বাবলু আৰু এজনী ছোৱালী............
..........
বাবলু আৰু এজনী ছোৱালীৰ মাজত ফেচবুক
চেটিং!
ছোৱালী- kene asa?
বাবলু- (মহমহীয়া হৈ) ভালেই, তোমাৰ?
ছোৱালী- bhalei. tumi ki kori asa?
বাবলু - (উৎসাহিত হৈ) নাই এনেই আছোঁ
ছোৱালী- free asa jodi kotha ata kou
ne?
বাবলু - (উত্তেজিত হৈ) কোৱা কোৱা!
ছোৱালী- ki dore kom bhabiei puwa
nai...
বাবলু- (উশাহ চুটি হৈ আহিল)
কোৱা কোৱা একো নাই!
ছোৱালী- kotha tu ba tumi ki dore
luwa...!
বাবলু- (উশাহ বন্ধ হোৱাৰ উপক্রম) মই সহজ
ভাৱেই ল'ম, কোৱা না !!
ছোৱালী- nai mane moi kobo khujisu...
বাবলু- (কম্পমান হৈ) কি ক'ব খুজিছা??
ছোৱালী- I LOVE YOU
.
.
.
.
(বাবলু প্রায় অজ্ঞান হোৱাৰ অৱস্থা) কিন্তু
অজ্ঞান হোৱাৰ আগতেই আকৌ মেছেজ
আহিল
ছোৱালী- ei msg tu axomiat likhi dia
na please...ajonok dibo lage!
(বাবলুৰ মূৰত কোনোবাই পানী দিয়ক!)

কোন হয়?

মই খাটি অসমীয়া লৰা > হাঁহিৰ গিৰিজনি

কোন হয়?
*****************************
নগেন আৰু খগেন মিলিটেৰীত ভৰ্ত্তি হ'ল৷
প্ৰশিক্ষণ আৰম্ভ হ'ল৷
সকলো শাৰী পাতি থিয় হৈ
আছে৷
প্ৰশিক্ষকজন খগেনৰ ওচৰ পালে আৰু খগেনৰ
হাতত থকা বন্দুকটোলৈ আঙুলিয়াই সুধিলে..
: এইটো কি?
খগেনে লগে লগে উত্তৰ দিলে..
: এইটো বন্দুক..
প্ৰশিক্ষকজনে অতি গহীনাই কিন্তু সকলোৱে
শুনাকৈ ক'বলৈ ধৰিলে..
: এইটো বেলেগ মানুহৰ কাৰণে বন্দুক৷ কিন্তু
তোমাৰ বাবে এইটোৱেই তোমাৰ সকলো৷ই
তোমাৰ
মান, সন্মান, সাহস, অনুপ্ৰেৰণা.....
চমুকৈ ক'বলৈ
গ'লে এইটো তোমাৰ মা.....
খগেনে মূৰ দুপিয়াই শলাগিলে...
এইবাৰ প্ৰশিক্ষকজন নগেনৰ ওচৰ চাপি আহিল৷
তেওঁ নগেনৰ হাতত
থকা বন্দুকটোলৈ আঙুলিয়াই
সুধিলে..
: তুমি কোৱাচোন এতিয়া, তোমাৰ হাতত
এইটো কি?
নগেনে তপৰাই ক'লে..
: এইটো খগেনৰ মা...
মানে আমাৰ আন্টি....

আজি বাতৰিত পালো মনোজ আৰু

Mintoo Bayan
আজি বাতৰিত পালো মনোজ আৰু
তৰালি নামৰ ছাগলি কেইতাই
৬৩টা পোৱালি দিলে এতিয়ালৈকে।
আৰু এজনি তৰালি আছে লোকৰ ফটো পস্ত
কৰি চান্চ মাৰি আছে হৈনে প্ৰিয়।
তাইৰ নাম তোৱে বহুত ।আৰু মই
হেনো পা:-) ।:-)
এতিয়া আচল কথাত আহো।
এবাৰ কি হল:-তৰালি নামৰ
চাগলি তোৱে পোৱালি এটা লৈ ডক্টৰৰ
উচৰলে গল কলে মাইনাতোৱে গাখীৰ
খোৱা নাই।
ডক্টৰ জনে গাখীৰ
তো আধা ঘন্টা পিতিকি কলে ইয়াত
গাখীৰেই নাই।
তেতিয়া তাই কলে মই মাইনাৰ মাহিয়েক
হে হও।
Just joking

মৌচুমী কলেজলৈ নতুনকৈ গৈছে

দৌ ফুকন ছেলেংহাট

মৌচুমী কলেজলৈ নতুনকৈ গৈছে ,
কলেজত ৰেগিং চলি আছে ।
আবেলি আহি মাকক কলেহি - মা মোক
আজি কলেজত লৰাবোৰে গছত উঠিব
দিছিলে ।
মাক- পিছে তই উঠিলি নেকি ?
মৌচমী - উঠিলো।
মাকে বুজাইছে-
মাক-চা ছোৱালী মানুহ গছত উঠিব
নাপায় নহয় আজিৰ পৰা নুঠিবি।
পিছদিনাখন পুনৰ -
ছোৱালী-মা মা আজিও উঠিলো ।
মাক জকজকাই উঠিল
মাক-তোক মই নুঠিবলে কৈছিলো নাই ।
ছোৱালী-নহয় মা সিহতে মোক 200
টকা দিছে ।
পুণৰ মাকে বুজাইছে -
মাক-আজিৰপৰা পইছা দিলেও নুঠিবি ,
সিহতে তোৰ পেনটো চাই।
তৃতীয় দিনাও একেই ঘটনা-
ছোৱালী-মা মা আজি 500
টকা দিলে ।
মাক-তই হবলা উঠিলা?
মাক জাঙুৰ খাই উঠিল, মাক-তোক
কিমান কম সিহতে তোক গছত উঠাই তলৰ
পৰা তোৰ পেনতো চাই থাকে ।
ছোৱালী -হেই কাৰণে আজি মই পেনেই
পিন্ধি নগলো বাপ্পেকে
মাক - কি ????????? (108)

তুমি মুৰ্খ নেকি হে ?

By: মই খাটি অসমীয়া লৰা

তুমি মুৰ্খ নেকি হে ?
.
.
.
* আমাৰ ঘৰৰ কাষৰ বৰা দাই
সকলো সময়তে ঘৈণীয়েকৰ
সকলো কামতে দোষ খুচৰি থাকে ।
যদি ঘৈণীয়েকে ভাতৰ লগত কণী boil
কৰি দিয়ে তেতিয়া কয় fry কৰিব
লাগিছিল । যদি fry
কৰি দিয়ে তেতিয়া কয় Boil কৰি দিব
লাগিছিল। এদিন
ঘৈণীয়েকে দুয়োটা কৰি দিলে,
এটা কণী boil, আৰু আনটো কণী fry. . .
বৰা দাই বহুত সময় কণীকেইটা চাই
থাকি কলে- . . . হেৰা, তুমি মুৰ্খ
নেকি হে? মুৰত গোবৰ লৈ আছা?
যিটো কণী boil কৰিব লাগিছিল
সেইটো fry কৰি দিলা আৰু যিটো fry কৰিব
লাগিছিল সেইটো boil কৰি দিলা ।
ধুৰ......
#krishnaaaaaaaa_heyyy_deyyy

এই খনি গাওঁ

Manash Rajkumer

এই খনি গাওঁ
বুকুর আপোন
তুমাক লৈ রচিছিলো
বহোতো সপোন
এতিয়াহে গম পালো
তুমি মোর কাপোর ধোয়া
ok চাবোন

গোবিন দাৰ লগৰ এটাই এদিন

By: Jädû Môñî Gögöi

গোবিন দাৰ লগৰ এটাই এদিন
হাবিলৈ বাঘ
চাবলৈ গ’ল|
পিছদিনা গোবিন দাই সুধিলে,
"কি কি দেখিলি?
কি কি শিকিলি ভাই?"
লগৰটো : শিকিলোঁ যে বাঘক সুৰসুৰাই
দিলেও
নাহাঁহে...
গোবিন: আৰু কি শিকিলি?
লগৰটো : আৰু শিকা নাই, শিকিম
হে কাইলৈ... এখন
হাতেৰে কেনেকৈ জোতাৰ লেছ বান্ধিব
লাগে,
তাক শিকিম ৷৷৷

এদিনাখন অসমৰ এজন ৰাজনিতিক

Bijit Borgohain > হাঁহিৰ ৰগৰ

এদিনাখন অসমৰ এজন ৰাজনিতিক
নেতা বিদেশলৈ গৈ তাৰে এজন নেতাৰ
হৈতে চিনাকি হৈ তেওঁ ঘৰলৈ গল। তাত
গৈ দেখিলে যে বিদেশৰ নেতাজনৰটো ভাল
দেখি সুধিলে ঘৰটো কেনেকৈ বনালে?
তেতিয়া বিদেশৰ নেতাজনে কলে,
তুমি যি খন দলঙেদি পাৰ হৈ আহিলা হেই
দলং খনৰ 50% টকা মাৰি ঘৰটো বনালো ।
তেতিয়া অসমৰ নেতাজনে ভাবিলে বিদেশৰ
নেতাই 50% টকা মাৰিব পাৰে,
তেনেহলে অসমৰ নেতাই কিয় 100%
টকা মাৰিব নোৱাৰে। সেই দিনাৰ
পৰা অসমৰ ৰাষ্টা-ঘাট নির্মণৰ
বাবে অহা টকাসমূহ নিজৰ পকেটত
ভৰাবলৈ ধৰিলে। সেই অসমৰ
নেতাসকলে বিদেশলৈ যায় আৰু বিদেশৰ
লগত অসমৰ তুলনা কৰে ।
আনজনে পাৰে যিটো তুমিওঁ
পাৰিবা সেইটো, দেহঁ-মন
কাতি কৰি চেষ্টা কৰা এবাৰ পাৰা যদি এশ
বাৰ কৰা।

নগেনে সিদিনা এখন দোকানলৈ গৈছিল

নগেনে সিদিনা এখন দোকানলৈ গৈছিল !
নগেনৰ ঘৰত থকা পোহনীয়া কুকুৰটোৰ
কাৰণে বিষ্কুট আনিবলৈ !
নগেন (দোকানীলৈ চাই)- অ ভাইটি, কুকুৰৰ
বিষ্কুট আছে নেকি ?
দোকানী- থকাটো আছে, কিন্তু আপোনাক
দিব নোৱাৰিম, মানে আমাক অৰ্দাৰ
দিয়া আছে যে কুকুৰ আছে বুলি প্ৰমাণ
নহলে দিয়া মানা আছে..কুকুৰ টো লগত
লৈ আহিব, লৈ যাব !
নগেনে গুচি আহিল.
কেইদিনমানৰ পাছত আকৌ এদিন
নগেনে সেই দোকান খনলৈ গল..
নগেন- ভাইটি, মেকুৰীক গা ধুওৱা চেম্পু
আছে নেকি ?
দোকানী- আছে দাদা, কিন্তু আপোনাৰ
মেকুৰী আছে বুলি প্ৰমাণ নহলে দিব
নোৱাৰিম..!
নগেনৰ টিকনি গৰম হৈ গল..
সি ঘৰলৈ গৈ হাতত কলা পলিঠিনৰ বেগ
এটা লৈ আহিল..
দোকানীজনে নগেনক দেখি কলে- আহক
দাদা, কি লয় আহক..!
নগেনে মনতে ভাবিলে ৰহ বেটা তই মোক
বহুত জলাইছ.. তোক মই আজি দি আছোঁ !
নগেনে ধুনীয়া হাঁহি মাৰি কলে-
হাঃ হাঃ কি লাগে গম পাবা,
আজি প্ৰমাণো লৈ আহিছোঁ... দিয়াচোন
তোমাৰ হাতখন এই বেগটোত সোমাই
চোৱা..!
দোকানীজনে নগেনৰ কথামতে বেগত হাত
ভৰাই কলে- অ কিবা গৰম গৰম লাগিছে,
কুমল, তিপি দিলে পিছলি যায় দেখোন
দাদা... কি নো..?
নগেনে তামাম ফুৰ্টি কৰি কলে-
হাঃ হাঃ এইয়া মোৰ হেৰি, এতিয়াই
কৰি আনিছোঁ গৰমে গৰমে, দিয়া হাৰপিক
এটা, টয়লেট চাফা কৰিবলৈ লাগে !!!

কানচেপা

Goutam Gogoi

কানচেপা
এদিন কনটিলা হোটেলত চাহ
খাবলৈ সোমাওঁতে কাম
কৰা লৰাটোৱে কাপোৰত চাহ পেলাই
দিলে। ৰবলৈ
সময় নাই, কনটিলাই তাক দিলে মস্ত
কানচেপা এটা।
চাহ খাই উঠি কনটিলা মেনেজাৰৰ
ওচৰলৈ আহিল-
কনটিলা- কিমান পইচা হ'ল?
মেনেজাৰ- দুটকা পঞ্চাশ পইচা।
কনটিলা- কেলৈ, একাপ চাহৰ দাম
দুটকাহে।
মেনেজাৰ - হয় দুটকাই। কিন্তু
আপুনি বয়টোক দিয়া
কানচেপাৰ বাবে পঞ্চাশ পইচা এক্সট্ৰা।
কনটিলা- (গহীনাই
মেনেজাৰকো কানচেপা এটা দি)
হোঁ, তিনিটকাই ৰাখি থ। খুচুৰা নাই।

Thursday, 11 December 2014

এদিনাখন অসমৰ এজন ৰাজনিতিক নেতা

By
Bijit Borgohain

এদিনাখন অসমৰ এজন ৰাজনিতিক নেতা বিদেশলৈ গৈ তাৰে এজন নেতাৰ হৈতে চিনাকি হৈ তেওঁ ঘৰলৈ গল। তাত গৈ দেখিলে যে বিদেশৰ নেতাজনৰটো ভাল দেখি সুধিলে ঘৰটো কেনেকৈ বনালে? তেতিয়া বিদেশৰ নেতাজনে কলে, তুমি যি খন দলঙেদি পাৰ হৈ আহিলা হেই দলং খনৰ 50% টকা মাৰি ঘৰটো বনালো । তেতিয়া অসমৰ নেতাজনে ভাবিলে বিদেশৰ নেতাই 50% টকা মাৰিব পাৰে, তেনেহলে অসমৰ নেতাই কিয় 100% টকা মাৰিব নোৱাৰে। সেই দিনাৰ পৰা অসমৰ ৰাষ্টা-ঘাট নির্মণৰ বাবে অহা টকাসমূহ নিজৰ পকেটত ভৰাবলৈ ধৰিলে। সেই অসমৰ নেতাসকলে বিদেশলৈ যায় আৰু বিদেশৰ লগত অসমৰ তুলনা কৰে । আনজনে পাৰে যিটো তুমিওঁ পাৰিবা সেইটো, দেহঁ-মন কাতি কৰি চেষ্টা কৰা এবাৰ পাৰা যদি এশ বাৰ কৰা।

দিল্লি ষ্টেচনত

By
Prince Pallab Baruha

কালেকচন
.
.
দিল্লি ষ্টেচনত
মহিলা এগৰাকী দৌৰি দৌৰি কোনোমতে ট্ৰেইনত...
উঠিলগৈ ।তাকে দেখি দুজনমানে ক'লে
" কামাল কী ঔৰত হে য়ে । কামাল কী ঔৰত ! "
সেইতো শুনি মহিলাজনীয়ে চিঞৰি চিঞৰি ক'লে
………
………
" আবে চুপ কৰ চালে ! কামাল তো মেৰী দেবৰ
কা নাম হে । মে তো জামাল কী ঔৰত হু ।"
@@@@@@@@@@@@@@@@

তুমি মুৰ্খ নেকি হে ?

By
Goutam Gogoi

তুমি মুৰ্খ নেকি হে ?
.
.
.
* আমাৰ ঘৰৰ কাষৰ বৰা দাই সকলো সময়তে ঘৈণীয়েকৰ সকলো কামতে দোষ খুচৰি থাকে । যদি ঘৈণীয়েকে ভাতৰ লগত কণী boil কৰি দিয়ে তেতিয়া কয় fry কৰিব লাগিছিল । যদি fry কৰি দিয়ে তেতিয়া কয় Boil কৰি দিব লাগিছিল। এদিন ঘৈণীয়েকে দুয়োটা কৰি দিলে, এটা কণী boil, আৰু আনটো কণী fry. . . বৰা দাই বহুত সময় কণীকেইটা চাই থাকি কলে- . . . হেৰা, তুমি মুৰ্খ নেকি হে? মুৰত গোবৰ লৈ আছা? যিটো কণী boil কৰিব লাগিছিল সেইটো fry কৰি দিলা আৰু যিটো fry কৰিব লাগিছিল সেইটো boil কৰি দিলা । ...
ধুৰ......
‪#‎krishnaaaaaaaa_heyyy_deyyy

ফেচবুকৰ লীলা মায়া

Post By: Prince Pallab Baruah

ফেচবুকৰ লীলা মায়া

 এজন ল'ৰাই এজনী ছোৱালীক Friend request
পঠালে |
লগে লগে সেইটো ছোৱালী জনীয়ে গ্ৰহনো কৰিলে |
....
.
.
.
.
ল'ৰাজনে ভাবিলে "ইমান ফাষ্ট, এই ফচিব লাগে মোৰ
লগত | মেছেজ দিবা লাগিল |"
যেনে ইচ্ছা তেনে কাম | আৰম্ভ কৰি দিলে মেছেজৰ
প্ৰদান | reply আহিল | যিখিনি কথা তেওঁলোকৰ
মাজত হ'ল মই গম পালো আৰু সেইখিনি তলত
দিয়া ধৰণৰ....
.
.
.
.
ছোৱালী : হেল্লৌ ?
ল'ৰা : হাই... তুমি দেখাত ইমান ধুনীয়া কিহৰ
কাৰণে বাৰু? পৰীৰ দৰে দেখা হৈছেদেই তোমাক | মা-
কচম কৈছো |
(সম্পূৰ্ণ নম্বৰ| নহয় জানো? কি ভাবে?)
ছোৱালী : হয় নিকি? অশেষ ধন্যবাদ |
আপোনাকো খুব হেণ্ডচাম দেখা হৈছে |
(উস, ভগৱান, ইয়াৰ কপাল ফুলিল যেন পাইছো !
কি ভাবে আপোনালোকে?)
ল'ৰা : আপোনাক দেখি মোৰ এনে লাগিছে যেন মই
কেবল তোমাৰ ফ'টোকে চাই থাকিম|
(ফুল স্পীডত বহাই দিলে, ইছ ইছ, ভগৱান,
ৰক্ষা কৰিবাহে ইয়াক)
ছোৱালী : হা হা হা, লাজ নিদিব পাই | মই ইমান
ধুনীয়া নহয দেই...
(ইছ, তাইৰ লাজ চা না..)
ল'ৰা : নাই নাই, সচাঁয় কৈছো |
(ই কিজানি ভাবিলে, এ. টি. এম. ত
আজিয়ে গৈ টকা উলিয়াব লাগিল, পাৰ্টী দিবা লাগবু
|)
ছোৱালী : আপুনি সচাঁয় খুব ভাল আৰু
ধেমেলীয়া মানুহ দেই | মোৰ স্বামীৰ স্বভাব কিন্তু
আপোনাতকৈ সম্পূৰ্ণ বিপৰীত | আপোনাৰ লগত
তেওঁক কথা পতাই দিম দিয়্ক... খুব ভাল লাগিব |
(ন' কমেন্ট:P)
.
.
.
.
.
ল'ৰা: চাল্লী হাৰামজাদী, মৰতী, কামিনী, বান্দেৰী,
মৰণ-নহইটি, তই যদি বিয়ায়ে হৈ মৰচা,
কিয়া পিছে single দি থৈ দিছা....?
নৰকত পঁচি পঁচি মৰবি যা..
ছোৱালী :...., মই তাইৰ গিৰিয়েক, তই আহ |
কোনদিনা তোক ৰাস্তাত দেখা পাঁও |
কাটি আছো তোক |
.
লগে লগে, আমাৰ ল'ৰাই Unfriend কৰি log
out কৰি লেপৰ তলত শুই থাকিল |

Wednesday, 10 December 2014

গুলী মাৰিলেও নকওঁ: অসমীয়া কৌতুক

গুলী মাৰিলেও নকওঁ: অসমীয়া কৌতুক

 দত্তই ১ কোটি টকা আৰু বহুতো সোন
চুৰি কৰি পলাই এজন বোবা মানুহৰ ঘৰত লুকাইছিল
গৈ !
সেই ঘৰতেই সি টকা আৰু সোন ৰাখি বোবাজনক...
ক'লে “কাইলৈ নিমহি ” ।
দ্বিতীয় দিনা দত্তই সেই ঠাইলৈ গৈ দেখে যে তাৰ
মালখিনি সি ৰখা ঠাইখিনিত নাই, তেতিয়া সি ঘৰৰ
মালিক মানে বোবাজনক তাৰ মালৰ কথা সুধিলে ।
কিন্তু বোবাজনে এনেকুৱা ইঙ্গিত দিলে যে সি সেই
বিষয়ে একোকে নাজানে !
ইয়াৰ পাচত দত্তই তাৰ বন্ধু কলিতাক
আনিলে যাতে বোবা জনৰ ইংগিতৰ কথা বুজিব
পাৰে ।
দত্তই তাৰ বন্ধুক ক'লে, “তাক ক্ .. মাল ক'ত
ৰাখিছে, যদি নকয় গুলি কৰি মাৰি পেলাম” ।
বোবা মানুহজনে ভয়তে ইংগিতৰদ্বাৰাই জনালে,
“ঘৰৰ পিছফালে যে আম গছজোপা আছে, তাৰ
তলতে ৰাখিছে” !
দত্তই বুজিব নোৱাৰি তাৰ বন্ধু কলিতাক সুধিছে,
“কি কৈছে বে'... এইটোৱে ?''
বন্ধু কলিতাই ক'লে, “কৈছে যে, গুলি মাৰ তথাপিও
মই নকওঁ !!''
‪#‎Dutta_shock‬ & ‪#‎Bandhu_rock

হাইস্কুল পৰিদৰ্শন

Goutam Gogoi

হাইস্কুলখনলৈ পৰিদৰ্শনৰ বাবে জিলা সদৰৰ পৰা
ইন্সপেক্টৰ-অব-স্কুল আহিব ।
হেড চাৰকে ধৰি সকলো শিক্ষক শিক্ষয়ত্ৰী,
ছাত্ৰ-ছাত্ৰী, মেনেজিং কমিটিৰ
সভাপতি, সদস্য সকলোৰে বুকুৰ ঢপ ঢপনি ,
ব্যস্ততা , লৰা ঢপৰা,
বাঢ়িল।
তেখেত আহিল । আদৰণি হৈ গল । হেডচাৰৰ
চকীতে বহি চাহ
মিঠাই খাই হাইস্কুলখনৰ সকলো ৰেকৰ্ড
পাতি পৰীক্ষা কৰি ক্লাচ
চাবলৈ ওলাল । পিচে পিচে হেডচাৰ আৰু
সকলো শিক্ষক শিক্ষয়ত্ৰী ।
সোমালগৈ নাইনৰ ক্লাচত । সকলোৰে বুকুত কপনি ।
কিবা সোধে
ছাত্ৰ ছাত্ৰীক ?
দুই এটা প্ৰশ্নৰ পিচত তেও এগৰাকী ছাত্ৰীক
সুধিলে :-
ঃ তুমি কোৱাচোন Lotus ৰ অসমীয়া কি ?
তাইৰ ডিঙি শুকাই গল । তাই
নাজানে অসমীয়াটো কি ? ভাবি ভাবি
ভৰিৰ বুঢ়া আঙুলিৰে মাতি খুচৰিবলৈ লাগিল ।
ইন্সপেক্টৰ:-
ঃ কোঁৱা কোঁৱা Lotus ৰ অসমীয়া কি নাজানা ?
ইংৰাজীৰ শিক্ষক
বৰা চাৰে ইন্সপেক্টৰে দেখা নোপোৱাকৈ হাতদুখন
পদুম ফুলৰ আকৃতি কৰি কৰি স্কুলৰ সমুখত
থকা পুখুৰীটোত ফুলি থকা
পদুম ফুল খিনিলৈ ইংগিতেৰে দেখুৱালে ।
ছাত্ৰীজনীয়ে পুখুৰীৰ ফালে বাৰে বাৰে চাই
মতা ঘোঁৰা এটা চৰি থকাহে দেখা
পালে । সেয়ে সেই ফালে চাই২ তলমূৰকৈ কলে:-
ঃজানো চাৰ । কিন্তু কবলৈ লাজ লাগিছে ।
ইন্সপেক্টৰ:- লাজ লাগিছে কিয় ? কোঁৱা কোঁৱা ।
ছাত্ৰীজনীয়ে উপায় নাপায় হাতেৰেই পুখুৰীটোৰ
ফালে টোঁৱাই
দেখুৱালে । ইনস্পেক্টৰে সেইফালে চাই পদুমফুলবোৰ
দেখি কলে:-
ঃ গুড গাৰ্ল । শুদ্ধ উত্তৰ । কিন্তু লাজ কিয়
কৰিলা সেইটোহে
বুজি নাপালো । বাৰু হব । ইংৰাজী কোনে পঢ়াই ?
ঃ মই চাৰ । বৰা চাৰে উত্তৰ দিলে।
ইন্সপেক্টৰ:-
ঃ বঢ়িয়া । গুড ।
ইনস্পেক্টৰ গলগৈ ।
ইন্সপেক্টৰ যোৱাৰ ইংৰাজীৰ বৰা চাৰে গৰ্বেৰে বুকু
মুখ ফুলাই ক্লাচ
নাইনত সোমাই কলে:-
ঃ দেখিলি ইনস্পেক্টৰ চাৰে মোক কিমান প্ৰশংসা
কৰিলে। মই ইংগিত নিদিয়া হলেই এইজনীয়ে চব
বৰবাদ কৰি
পেলালেহেতেন । Lotus ৰ অসমীয়া নাজানে ।
পিচে এতিয়া জানিলিতো ?
সকলো ছাত্ৰ ছাত্ৰীয়ে কলে :- হয় জানিলো চাৰ ।
বৰা চাৰে সুধিলে :- কচোন বাৰু চাওঁ Lotus ৰ
অসমীয়া কি ?
সকলো ছাত্ৰ ছাত্ৰীয়ে একেমুখে চিঞৰি কলে :-
.
.
.
.
" ঘোঁৰাৰ কণী , চাৰ" ।,।।,
বৰা চাৰৰ গৰ্ববোৰ ওলাই
কেনিবা ফাঁহি চিটিকা দিলে ।
সৰগ পৰা মানুহৰ দৰে বৰা চাৰ থৰ হৈ গল ।

গাধ

Goutam Gogoi

এটি গাধ কান্দি কান্দি বৰালি ষ্টোৰৰ
আগৰ ৰাস্তাৰে গৈ আছিলে...
ওলোটা ফালৰ পৰা আন এটি বিন্দাছ গাধ
ৰোমাণ্টিক গানৰ ক'লি এটি সুহুৰিয়াই...
আহি আছিলে... দ্বিতীয় গাধৰ ৰোমাণ্টিক
সুহুৰি শুনি কান্দি থকা গাধৰ ক্ৰন্দন
দুগুনে বৃদ্ধি পোৱাত দ্বিতীয় গাধৰ অন্তৰত
দুখ লাগিলে...
দ্বিতীয় গাধঃ গাধভাই কান্দিছ কেলৈ...
নাপায় নহয় !!!
প্ৰথম গাধঃ মই আগতে এই দোকানৰ
মালিকৰ ঘৰত কাম কৰিছিলোং ।
দ্বিতীয় গাধঃ ও ও ও মালিক
বোধকৰোঁ তোমাক বহুত মৰম কৰিছিল ন...?
সেয়েই দোকান খন
দেখিয়ে মালিকলৈ বহুত মনত পৰিছে আউ
ন...? নষ্টালজিয়া বুজিলা ইয়াৰে নাম
নষ্টালজিয়া (ৰোমাণ্টিক সুহুৰি)
প্ৰথম গাধঃ নাই, মৰম কৰা নাছিলে,
উল্টা কমকৈ খাব দিছিলে আৰু
অনবৰতে গালি পাৰি আছিলে ...!!
দ্বিতীয় গাধঃ ধুৰ গাধ,
তেতিয়া হ'লে কান্দিছ কিয় বে...? নে তুৰ
বাপেক মৰিল... ? এনেই তহঁতক গাধ
কয়নে মানুহে...? চাল্লা গাধ ।
প্ৰথম গাধঃ নহয়ৰে গাধভাই, মালিকৰ ঘৰত
মোৰ ভবিষ্যত বহুত সোনালী আছিল
(হুক..হুক..হুক)
দ্বিতীয় গাধঃ কেনেকৈ বে গাধ...?
.
.
.
.
.
.
প্ৰথম গাধঃ মালিক প্ৰায়েই তাৰ জীয়ৰীক
মাৰি মাৰি কৈছিলে..
''মই তোক গাধ এটাৰ লগত বিয়া দিম,
তথাপিতো মুৰুলুনুক নিদিওঁ'...!!