গুলী মাৰিলেও নকওঁ: অসমীয়া কৌতুক
দত্তই ১ কোটি টকা আৰু বহুতো সোন
চুৰি কৰি পলাই এজন বোবা মানুহৰ ঘৰত লুকাইছিল
গৈ !
সেই ঘৰতেই সি টকা আৰু সোন ৰাখি বোবাজনক...
ক'লে “কাইলৈ নিমহি ” ।
দ্বিতীয় দিনা দত্তই সেই ঠাইলৈ গৈ দেখে যে তাৰ
মালখিনি সি ৰখা ঠাইখিনিত নাই, তেতিয়া সি ঘৰৰ
মালিক মানে বোবাজনক তাৰ মালৰ কথা সুধিলে ।
কিন্তু বোবাজনে এনেকুৱা ইঙ্গিত দিলে যে সি সেই
বিষয়ে একোকে নাজানে !
ইয়াৰ পাচত দত্তই তাৰ বন্ধু কলিতাক
আনিলে যাতে বোবা জনৰ ইংগিতৰ কথা বুজিব
পাৰে ।
দত্তই তাৰ বন্ধুক ক'লে, “তাক ক্ .. মাল ক'ত
ৰাখিছে, যদি নকয় গুলি কৰি মাৰি পেলাম” ।
বোবা মানুহজনে ভয়তে ইংগিতৰদ্বাৰাই জনালে,
“ঘৰৰ পিছফালে যে আম গছজোপা আছে, তাৰ
তলতে ৰাখিছে” !
দত্তই বুজিব নোৱাৰি তাৰ বন্ধু কলিতাক সুধিছে,
“কি কৈছে বে'... এইটোৱে ?''
বন্ধু কলিতাই ক'লে, “কৈছে যে, গুলি মাৰ তথাপিও
মই নকওঁ !!''
#Dutta_shock & #Bandhu_rock

No comments:
Post a Comment