Sunday, 14 December 2014

কোনোবা কুকুৰে বেয়াকৈ ঠগিলে

Goutam Gogoi

(কোনোবা কুকুৰে বেয়াকৈ ঠগিলে বে)............
by Goutam's
ফোনটো ৰিচিভ কৰাৰ লগে লগে ...-হৰেন
খুড়া , আপোনাৰ
ছোৱালীজনী স্কুলতে আত্মহত্যা কৰিলে ।
লগে লগে মানুহজনে চাইকেলখন উলিয়াই
বিজুলীবেগে গৈ স্কুল পালেগৈ । স্কুলৰ ওপৰৰ
মহলালৈ গৈ মানুহজন ৰৈ গল-- কোনোবাই
মিছা কলে ও। মোৰচোন ছোৱালীয়েই নাই ।
হা হা চাইকেলখন লৈ ওলাই আহিল ।স্কুলৰ
গেট পাই আকৌ ৰৈ গল। ধেৎ চালা , মইচোন
বিয়াই পতা নাই । ইমান মিছা কব
লাগেনে বাৰু !! আহি ঘৰত অলপ জিৰণি লও
বুলি বিচনাত পৰিল আৰু
ঘপককৈ উঠি বহিল ..... . . . .
"কোনোবা কুকুৰে বেয়াকৈ ঠগিলে বে....
মইচোন হৰেন নহয়েই" অ
কেলা খা বাপেকে এতিয়া ।
রাইজসকল যদি POST টো পঢ়ি ভাল
লাগিলে নিশ্চয় LIKE আরু COMMENT দিব।

No comments:

Post a Comment