Sunday, 14 December 2014

বাবলু আৰু এজনী ছোৱালী

Post by: Goutam Gogoi

বাবলু আৰু এজনী ছোৱালী............
..........
বাবলু আৰু এজনী ছোৱালীৰ মাজত ফেচবুক
চেটিং!
ছোৱালী- kene asa?
বাবলু- (মহমহীয়া হৈ) ভালেই, তোমাৰ?
ছোৱালী- bhalei. tumi ki kori asa?
বাবলু - (উৎসাহিত হৈ) নাই এনেই আছোঁ
ছোৱালী- free asa jodi kotha ata kou
ne?
বাবলু - (উত্তেজিত হৈ) কোৱা কোৱা!
ছোৱালী- ki dore kom bhabiei puwa
nai...
বাবলু- (উশাহ চুটি হৈ আহিল)
কোৱা কোৱা একো নাই!
ছোৱালী- kotha tu ba tumi ki dore
luwa...!
বাবলু- (উশাহ বন্ধ হোৱাৰ উপক্রম) মই সহজ
ভাৱেই ল'ম, কোৱা না !!
ছোৱালী- nai mane moi kobo khujisu...
বাবলু- (কম্পমান হৈ) কি ক'ব খুজিছা??
ছোৱালী- I LOVE YOU
.
.
.
.
(বাবলু প্রায় অজ্ঞান হোৱাৰ অৱস্থা) কিন্তু
অজ্ঞান হোৱাৰ আগতেই আকৌ মেছেজ
আহিল
ছোৱালী- ei msg tu axomiat likhi dia
na please...ajonok dibo lage!
(বাবলুৰ মূৰত কোনোবাই পানী দিয়ক!)

No comments:

Post a Comment