Sunday, 14 December 2014

তুমি মুৰ্খ নেকি হে ?

By: মই খাটি অসমীয়া লৰা

তুমি মুৰ্খ নেকি হে ?
.
.
.
* আমাৰ ঘৰৰ কাষৰ বৰা দাই
সকলো সময়তে ঘৈণীয়েকৰ
সকলো কামতে দোষ খুচৰি থাকে ।
যদি ঘৈণীয়েকে ভাতৰ লগত কণী boil
কৰি দিয়ে তেতিয়া কয় fry কৰিব
লাগিছিল । যদি fry
কৰি দিয়ে তেতিয়া কয় Boil কৰি দিব
লাগিছিল। এদিন
ঘৈণীয়েকে দুয়োটা কৰি দিলে,
এটা কণী boil, আৰু আনটো কণী fry. . .
বৰা দাই বহুত সময় কণীকেইটা চাই
থাকি কলে- . . . হেৰা, তুমি মুৰ্খ
নেকি হে? মুৰত গোবৰ লৈ আছা?
যিটো কণী boil কৰিব লাগিছিল
সেইটো fry কৰি দিলা আৰু যিটো fry কৰিব
লাগিছিল সেইটো boil কৰি দিলা ।
ধুৰ......
#krishnaaaaaaaa_heyyy_deyyy

No comments:

Post a Comment