Goutam Gogoi
কানচেপা
এদিন কনটিলা হোটেলত চাহ
খাবলৈ সোমাওঁতে কাম
কৰা লৰাটোৱে কাপোৰত চাহ পেলাই
দিলে। ৰবলৈ
সময় নাই, কনটিলাই তাক দিলে মস্ত
কানচেপা এটা।
চাহ খাই উঠি কনটিলা মেনেজাৰৰ
ওচৰলৈ আহিল-
কনটিলা- কিমান পইচা হ'ল?
মেনেজাৰ- দুটকা পঞ্চাশ পইচা।
কনটিলা- কেলৈ, একাপ চাহৰ দাম
দুটকাহে।
মেনেজাৰ - হয় দুটকাই। কিন্তু
আপুনি বয়টোক দিয়া
কানচেপাৰ বাবে পঞ্চাশ পইচা এক্সট্ৰা।
কনটিলা- (গহীনাই
মেনেজাৰকো কানচেপা এটা দি)
হোঁ, তিনিটকাই ৰাখি থ। খুচুৰা নাই।
No comments:
Post a Comment