Nayan Jyoti > হাঁহিৰ ৰগৰ
এজন সুদৰ্শন যুৱক আৰু এজনী বহুত আকৰ্ষণীয়
সুন্দৰী যুৱতী এদিনাখন এখন বাইকত
উঠি ফুৰিবলৈ গৈছিল ........
হঠাৎ জোৰকৈ বৰষুণ আহিল আৰু দুয়োজন
সম্পূৰ্ণৰূপে তিতি গল....
অলপমান আতৰতে তেওঁলোকে এটা পূৰণি ঘৰ
বিচাৰি পালে আৰু দুয়ো ভিতৰলৈ সোমাই
গল.....
নকলেও হয়তো বুজিছে যে সেই ঘৰটোত
কোনো মানুহ নাছিল বুলি.....
যুৱকজনে অলপমান
কাঠখৰি বিচাৰি আনি যেনেতেনে একুৰা জুই
জ্বলালে আৰু দুয়ো জুইৰ উত্তাপত কাপোৰ
শুকুৱাবলৈ ধৰিলে.......
ইতিমধ্যে বৰষুণ দুগুণে বাঢ়িবলৈ ধৰিলে,
লগতে গাজনি ঢেৰেকনিও বাঢ়িল .....
হঠাৎ জোৰকৈ মৰা গাজনি এটাত
যুৱতী জনীয়ে ভয়তে যুৱকজনক
জোৰকৈ সাৱতি ধৰিলে,
দুয়োৰে উশাহ নিশ্বাস ঘন হবলৈ ধৰিলে......,
যুৱতী গৰাকীৰ মসৃণ পিঠিত যুৱকজনৰ হাতৰ
অবাধ বিচৰণ অনুভৱ কৰি কিবা এক আকৰ্ষণত
তাইৰ দুয়ো ওঁঠ যুৱকজনৰ ওঁঠৰ দিশে আগবঢ়াই
দিলে........
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
বাকীখিনি চাবলৈ 160টকা দি টিকট
কাটি আপোনাৰ কাষৰে চিনেমা হলত
একেবাৰে নতুন ভোজপুৰী ব্লকবাষ্টাৰ "Sawan
barse hum tohra chummi ko tarse" নামৰ
চিনেমাখন উপভোগ কৰক........
ধন্যবাদ ...
No comments:
Post a Comment