'হাঁহিৰ ৰগৰে ওখ দল বান্ধি হাঁহিক সাৰথি কৰি!! নুমাবলগীয়া অসমীয়া হাঁহি ৰাখিব জিলিকা কৰি !! হাঁহিৰ ৰগৰ মূল উদ্দেশ্য হল নিজেও হাঁহক আৰু আনকো হহোঁৱাওক । হাঁহিৰে জীৱন সুন্দৰ কৰি তুলাৰ মানসৰে এই গোটৰ সৃষ্টি । সেইয়ে সকলোৰে সহায়-সহযোগিতা কামনা কৰিলো । https://www.facebook.com/groups/1453606311537794 প্রকাশক বৃন্দ - হাঁহিৰ ৰগৰ Contact us: - Email:- hahirragar@gmail.com
By : মই খাটি অসমীয়া লৰা
আপোনাৰ ভৱিষ্যতৰ বাবে আপোনি কত কাম কৰিব বিচাৰে ? ( তলৰ উত্তৰ কেইটাৰ ভিতৰত হব লাগিব ) 1) পগলা ফাটেক 2) শ্মশানত 3) গাহৰিৰ ফাম 4) চিৰিয়াখানত 5) হস্পিতালৰ শৌচালয়
No comments:
Post a Comment